BEYA PALE NIKI LYRICS & DOWNLOAD: New Assamese song premiered on 17th Dec 2020 sung by Achurjya Borpatra, Lyrics – Sunit Gogoi, Music – Achurjya Borpatra, Music Producer – Bijoy Sankar, Mix & Mastering – Diganta Bordoloi
BEYA PALE NIKI | ACHURJYA BORPATRA
Singer – Achurjya Borpatra
Lyrics – Sunit Gogoi
Music – Achurjya Borpatra
Music Producer – Bijoy Sankar
Mix & Mastering – Diganta Bordoloi
BEYA PALE NIKI LYRICS
Beya Pale Niki Assamese Lyrics
এ হে শুনক চোন
দিপেন কাই
কোবা কোবিকে কেনি যাই
আপুনি খবৰটো নাইয়ে
পোৱা হব পাই
এ হে শুনক চোন
দিপেন কাই
কোবা কোবিকে কলৈ যাই
ঘৰত কি ঘটিছে জনাইয়ে পাই হব পাই
আপোনাৰ ফুলনিত
ছাগলী সোমাইছে
গোলাপী ভনীকন
ঘৰত বাৰু আছে নে
কেনেকৈনো জানিম
নবৌক জানো সুধিম
নজনাকে থাকিবলেও নোৱাৰি পেলালো সুধি
এ বেয়া পালে নেকি
এ বেয়া পালে নেকি
দিপেন কাই
বেয়া পালে নেকি
ঐ এই এইফালে গ’লে
সেই সেইফালে গ’লে
ইও কয় সিও কয়
গোলাপীক ভোমোৰাই পালে
মৰম এনেকে দিলে
জানানে কলিজা জ্বলে
বাপুকণ বিলালেই
কয় থলো আমিও হলে
গোলাপৰে ৰেণু
কোনো বাকী আছে জানো
নকলেও নোৱাৰি ফ ফটা মুখ পেলালো সুধি
এ বেয়া পালে নেকি
এ বেয়া পালে নেকি
এ বেয়া পালে নেকি
দিপেন কাই
বেয়া পালে নেকি
এ নবৌ কথাবোৰ
এ নবৌ সচাঁনে
এ নবৌ বাটে ঘাটেও
শুনো যি মই
এ নবৌ মৰমবোৰ
এ নবৌ বুকুতে
এ নবৌ যাব নেকি
বুকুতে ৰৈ
পিছে গোলাপৰে ৰেণু
বাকী আছে জানো
নকলেও নোৱাৰি ফ ফটা
মুখ পেলালো সুধি
এ বেয়া পালে নেকি
এ বেয়া পালে নেকি
এ বেয়া পালে নেকি
এ বেয়া পালে নেকি
দিপেন কাই
বেয়া পালে নেকি
নেকি
নেকি
নেকি
এ বেয়া পালে নেকি
Click here: Lyrics of Assamese Song Moinajaan – Krishnaraaz
Hey, Guys hope you like the post, do share the BEYA PALE NIKI LYRICS with your friends. And also let us know which lyrics are you searching for and want to be uploaded. Follow us to get lyrics directly into your mailbox…