Gahori Bepari Lyrics & Download | Subhneel

Gahori Bepari Lyrics & Download | Subhneel | New Assamese Video Song 2021

Gahori Bepari Lyrics & Download: New Assamese Song premiered on 12th Jan 2021 sung by Subhneel, Lyrics Tune – Raag Parag, Music Mix/Mastering – Bhaskar Neelom, Flute – Bishwajit Sonowal, Dhul – Abhijeet Dhuliya

Assamese Song Gahori Bepari | Subhneel

Singer – Subhneel

Lyrics Tune – Raag Parag

Music Mix/Mastering – Bhaskar Neelom

Flute – Bishwajit Sonowal

Dhul – Abhijeet Dhuliya

Gahori Bepari Lyrics

ঐ জান আঠুৱা চায়
ঠেং মেলিবি
ঐ জান জোখতকৈ
বেছি কথা নকবি
নকবি
ঐ যেন আঠুৱা চায়
ঠেং মেলিবি
ঐ জান জোখতকৈ
বেছি কথা নকবি
নকবি
ঐ তোৰে মৰম পাবলৈ
মই পাৰে হমে দিখৌ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
ঐ little little
দৰিকণা in my নলা
কেইবা জালু মাৰিলো
এক ভি নহি মিলা
Little little mosquito
Cutting my body
Because my জান
আঠুৱা খন চুটি
Because my জান
আঠুৱা খন চুটি হয়
ঐ জানৈ নলোৱা কটাৰী
জানৈ আনিমেই আজুৰি
জানৈ মেচিদা জোকাৰি
জানৈ খুজিমে গৈ
আনিমে গৈ তোক
ঐ মইনা মোলৈয়ে নিদিলে
ঐ জান তুকে জে সঁচায়ে
ঐ জান দেখুৱাই দিম
দেখুৱাই দিম বিহু
ঐ তোৰে মৰম পাবলে
মই পাৰে সমে দিখৌ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
বালিঘট নাজিৰা
বিচাৰি বিচাৰি
ঐ তোৰে মৰমতে
সমে গৈ অঘৰী
ঐ বালিঘট নাজিৰা
বিচাৰি বিচাৰি
ঐ তোৰে মৰমতে
সমে গৈ অঘৰী
ঐ তোৰে মৰম পাবলে
মই পাৰে সমে দিখৌ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ
নগা দলংৰে মই জান গাহৰি
বেপাৰী গাহৰি বেপাৰী হওঁ..।
Hey, guys hope you like the post, do share the lyrics of the song with your friends. And also let us know which lyrics are you searching for and want to be uploaded. Follow us to get lyrics directly into your mailbox…

Leave a Reply

Your email address will not be published. Required fields are marked *