Long Leng Lyrics & Download | Kussum Kailash | Nilakshi Neog

Long Leng Lyrics & Download | Kussum Kailash | Nilakshi Neog | Mon Moina-2021 | New Assamese Song

Long Leng Lyrics & Download: New Assamese Song premiered on 9th Jan 2021sung by Kussum Kailash, Nilakshi Neog, Lyrics/Tune: Kussum Kailash, Mrinmoy Mrittik, Jogat Maahish, Deep Dipantar, Music: Ujjwal Aarong

New Assamese Song | Long Leng | Kussum Kailash | Nilakshi Neog

Album: Mon Moina

Singer: Kussum Kailash, Nilakshi Neog

Additional Vocal Design: Mrinmoy Mrittik, Jogat Maahish

Lyrics/Tune: Kussum Kailash, Mrinmoy Mrittik, Jogat Maahish, Deep Dipantar

Music: Ujjwal Aarong

Flute – Ujjal Konwar

Guitar – Bikash Gogoi

Mix/Mastered: Ibson Lal Boruah

Long Leng Lyrics

লংলেংৰ কাষৰেতই

 মোকক চাঙৰে

 পাহাৰী আলসুৱা তোৰ মন

তোৰ টনাকৈ চকুৱে

মোলৈ চাই হাঁহিলি

কাঢ়িলি মোৰে কলিজাখন

তোক দেখি কিনা মৰম লাগিছে ঐ

তোক দেখি কিনা ভাল পাই পেলাইছে ঐ

 তুই নাগা পাহাৰ লাগা আছ’

মুই ডেকা ভৈয়াম লাগা আছো

তোক নিদিয়ে জাননে মোলে

মৰম নুবুজে

অ মন দিলিয়েই যদিহে

আমি বৈ যাং পলায়েই …

অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ,

  অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ

চৰাইদেউ চিনাকি ঐ নাম

 এ চাওলুং চুকাফাৰ আমি বংশৰেধৰ

 ৰাখিম তোৰে মৰমৰে মান

 তোক ভাবি কিনা ঘৰ বানাইছে ঐ

তোক মৰম পৰা তাতে ৰাখিব ঐ

তুই নাগা পাহাৰ লাগা আছ’

মুই ডেকা ভৈয়াম লাগা আছো,

তই জানয়েই কিদৰে ৰাখো তোকে বুকুতে

অ মন দিলিয়েই যদিহে আমি

বৈ যাং পলায়েই …

আমিখান নাগা পাহাৰতে থাকা,

আমাৰ ভী আছে মান

কথা হলেত’ মৰম পৰা

আমিও হালে জান ৷

আমিখান লাগা পিন্ধে চেপেটী আৰ’

আজক ত’লা

 তুইখান লাগা ভৈয়ামতে থাকা

 মিলিম কিনেকা ৷

অ তই নগাৰ সাজ পিন্ধিবি,

 মূগাৰ সাজো পিন্ধিবি,

মিলিবি তই আমাৰ সতে ঐ

 তয়ে মনে মইনা, কেচাকৈ কলিজা

 পাহাৰ ভৈয়াম মিলি একে হৈ…

 জাত লাগা কিলেই চিন্তা কৰে ঐ ,

 আমিখান একেই মানুচ্ আছে ঐ

তুই নাগা পাহাৰ লাগা আছ’

মুই ডেকা ভৈয়াম লাগা আছো

কৈ চাবিচোন ঘৰতেনো গৈ

মোৰে কথাকে,

মন নুবুজে যদিহে আমি

বৈ যাং পলায়েই ৷

Click Here: Assamese Song Tumar Kotha Lyrics – Papon

Hey, guys hope you like the post, do share the Long Leng Lyrics with your friends. And also let us know which lyrics are you searching for and want to be uploaded. Follow us to get lyrics directly into your mailbox…

Leave a Reply

Your email address will not be published. Required fields are marked *