
Meghmollikaa Lyrics: Assamese Song 2022 sung by Nitish Sarma, Meghmollikaa Song Lyrics penned down by Biswa Nath, Music /Mix / Mastered : Pincool Ahmed, Cast : Nitish Sarma & Monika Chetry, Directed by Tushar Sarma
Lyrics of Meghmollikaa
Singer: Nitish Sarma
Lyrics : Biswa Nath
Music /Mix / Mastered : Pincool Ahmed
Cast : Nitish Sarma & Monika Chetry
Direction : Tushar Sarma
Meghmollikaa Lyrics
সপোনৰে আৱেশতে এজাক মৰমে কথা পাতে
বাৰে বাৰে পলকতে কোনে ধৰা দিয়ে?
কামনা মোৰ পৰাণত
প্ৰতি খোজ উশাহত
তোমাকেই সাজিছোঁ ৰামধেনু আকাশত
বৰষাৰে টোপালতে চিকমিক পোহৰ নাচে
লাহে লাহে তোমালে কিয় মোৰ হেঁপাহ জাগে
শুনা মেঘমল্লিকা
মেঘমল্লিকা
মেঘমল্লিকা
মেঘমল্লিকা
হৃদয়ৰে গভীৰতে এজাক মৰমে দোলা দিয়ে
গুন গুন বতাহতে কোনে তোমাৰ সুবাস আনে
হৃদয়ৰে গভীৰতে এজাক মৰমে দোলা দিয়ে
গুন গুন বতাহতে কোনে তোমাৰ সুবাস আনে
বৰষাৰে টোপালতে চিকমিক পোহৰ নাচে
লাহে লাহে তোমালে কিয় মোৰ হেঁপাহ জাগে
শুনা মেঘমল্লিকা
মেঘমল্লিকা
মেঘমল্লিকা
মেঘমল্লিকা
Click here: Lyrics of Assamese Song – Tumi Suwa Sokule
Hey, Guys hope you like the post, do share the Meghmollikaa Lyrics with your friends. And also let us know in the comments below which lyrics are you searching for and want to be uploaded. Subscribe to us for free to get lyrics directly into your mailbox…