
AAPUNI AAHIBO Lyrics & Download: New Assamese Song sung by Subasana Dutta. Lyrics/Tune by Sameer Shekhar, Music produced by Palash Gogoi, Mixed & Mastered by Diganta Bordoloi. The Song released on 2nd Nov 2020.
New Assamese Song Aapuni Aahibo
Aapuni Aahibo Lyrics
আপুনি আহিব
উশাহো বাঢ়িব
অচিনা অনুভুতিয়ে বুকুতে নামিব
কাষলে নাহিব
জীয়াই মাৰিব
দুচকুৰে দুয়োকাষে চকুলো সৰিব
প্ৰনয়ৰে ৰং
কপালত আঁকি
ৰাখিবনে মৰমে বুকুতে সাৱতি
অভিমানো বাঢ়িব আজি
কাষৰতে ৰ’লে আপুনি
এই অভিনয় মৰম কিজানি
অভিমানো বাঢ়িব আজি
কাষৰতে ৰ’লে আপুনি
এই অভিনয় মৰম কিজানি
মোৰ অনুৰাগ মাথোঁ আপুনি
ভালপোৱা লাহে লাহে বাঢ়ি আহে
আধৰুৱা এটি এটি ভাৱনাতে
থৈ দিয়া বহুকথা হেঁপাহতে
ক’ম হিয়া খুলি আজি আপোনাকে
হায়…
দেৰিকৈ নাহিব
আমনি কৰিব
বুকুখনে
ঘনে ঘনে
হায়….
প্ৰনয়ৰে ৰং
কপালত আঁকি
ৰাখিবনে মৰমে বুকুতে সাৱতি
অভিমানো বাঢ়িব আজি
কাষৰতে ৰ’লে আপুনি
এই অভিনয় মৰম বিচাৰি
অভিমানো বাঢ়িব আজি
কাষৰতে ৰ’লে আপুনি
এই অভিনয় মৰম বিচাৰি
মোৰ অনুৰাগ মাথোঁ আপুনি
Click here: Assamese Song Xorotor Ratipuwa Lyrics – Mrityunjoy
Hey, Guys hope you like the post, do share the AAPUNI AAHIBO Lyrics with your friends. And also let us know which lyrics are you searching for and want to be uploaded. Follow us to get lyrics directly into your mailbox…