
Bhalpau Moi Tumake Lyrics: Assamese Song 2022 sung by Rakesh Reeyan and Namrata Priyam Lyrics and Composition – Rekibul Hassan Music Production – Typhoon & Pincool
Assamese Song Lyrics of Bhalpau Moi Tumake
Singer : Rakesh Reeyan and Namrata Priyam
Lyrics and Composition – Rekibul Hassan
Music Production – Typhoon & Pincool
Bhalpau Moi Tumake Music Video
Bhalpau Moi Tumake Lyrics
চেঙেলীয়া চকু
লাগি ৰয় তোমাতে অ’
কুমলীয়া বুকু
নদী হয় মৰমক লৈ
আঁকি দিয়া মনতে মোৰ
ৰামধেনুৰে ৰঙবোৰ
ৰিঙা ৰিঙা মোৰ মনক জীয়াবলে
ভালপাওঁ মই তোমাকে
সপোন দেখো তোমাৰে
জীয়াই আছো তোমাতে তোমাতে
ভাল লাগে তুমি কথা পাতিলে
ৰ লাগি মোক চাই থাকিলে
বৈ আহে বাসনা বুকুলে বুজিও নুবুজা
লৈ যোৱা একেবাৰে কাষলৈ
কি আছে কিয় ভাবো আগলৈ
ৰৈ আছো তোমাৰে হবলৈ.. জানিও নাজানা
প্ৰেমৰ পাৰিজাত
মোৰে কলিজাত
ফুলি ৰ’ব তুমি আহিলে
তোমাৰ নহলে
নহওঁ কাৰোৰে
কথা দিলোঁ কথা দিবানে
Click here: Lyrics of Assamese Song Bhalpua Diya Tumi – Ramen Danah
Hey, Guys hope you like the post, do share Bhalpau Moi Tumake Lyrics with your friends. And also let us know in the comments below which lyrics are you searching for and want to be uploaded. Subscribe to us for free to get lyrics directly into your mailbox…