Heruwabo Nukhuju Lyrics – হেৰুৱাব নোখোজো | Mizzu Mirzanoor

Heruwabo Nukhuju Lyrics - হেৰুৱাব নোখোজো  | Mizzu Mirzanoor
Heruwabo Nukhuju Lyrics

Heruwabo Nukhuju Lyrics: Assamese Song sung by Mizzu Mirzanoor, Music- David Kashyap, Lyrics- Samor Ray, Tune/composition- Mizzu Mirzanoor, Mix/Master- David Kashyap @SonicRecords

Assamese Song Heruwabo Nukhuju (হেৰুৱাব নোখোজো)

Singer- Mizzu Mirzanoor
Music- David Kashyap
Lyrics- Samor Ray
Tune/composition- Mizzu Mirzanoor
Mix/Master- David Kashyap @SonicRecords
Flute- Dhanjit Barman

Youtube Channel: Buddies

Heruwabo Nukhuju Lyrics

হেৰুৱাব নোখোজো ,আজি ম‌ই তোমাকেই
মনে উচুপে কিয় জানো জানানে?

এপাহি গোলাপে,সোঁৱৰাই মৰমকে
চোৱাচোন এবাৰ তুমি মোলে

উশাহ মোৰ জিৰাব খোজে তোমাতেই
বিছাৰো প্ৰতিপল ম‌ই তোমাকেই!

অও হিয়াৰে কোণতে
ৰাখিছো গোপনে
তোমাৰে,মৰমবোৰ সযতনে

তুমি মোৰ জীয়া সপোন
তুমি আৱেগৰ দাপোণ
ন’হবা উদাস অ’ মোৰে সোণ

সঁচা ভালপোৱা মোৰেই
থাকিব হৈয়ে তোমাৰে

উশাহ মোৰ জিৰাব খোজে তোমাতেই
বিছাৰো প্ৰতিপল ম‌ই তোমাকেই!

হেৰুৱাব নোখোজো,আজি ম‌ই তোমাকেই
মনে উচুপে কিয় জানো জানানে?

এপাহি গোলাপে,সোঁৱৰাই মৰমকে
চোৱাচোন এবাৰ তুমি মোলে

Click here: Assamese Song Mihi Mihi koi Lyrics – Dibyajyoti Dutta

Hey, Guys hope you like the post, do share the Heruwabo Nukhuju Lyrics with your friends. And also let us know which lyrics are you searching for and want to be uploaded. Follow us to get lyrics directly into your mailbox…

Leave a Reply

Shankuraj Konwar Songs Lyrics
%d bloggers like this: