
Kobine Kothati Lyrics: Assamese Song 2021 premiered on 15th Apr sung & Tune by Achurjya Borpatra, Lyrics – Sunit Gogoi, Music Producer – Arshad M Rahman, Co Producer – Pincool, Mix & Master – Diganta Bordoloi
Assamese Song 2021 – Kobine Kothati
Tune – Achurjya Borpatra
Lyrics – Sunit Gogoi
Music Producer – Arshad M Rahman
Co Producer – Pincool
Mix & Master – Diganta Bordoloi
Flute – Dilip Hera
Guitar & Ukulele Design – Kaifi
Produced By Neelima Choudhary
Kobine Kothati Lyrics
অʼ জান ঐ কথা এটি সুধিলে
কʼবিনে নকʼৱ?
অʼ জান ঐ মৰম অকণ খুজিলে
দিবিনে নিদিয়?
অʼ জান ঐ কথা এটি সুধিলে
কʼবিনে নকʼৱ?
অʼ জান ঐ মৰম অকণ খুজিলে
দিবিনে নিদিয়?
হাঁহি হাঁহি আছ চাই
কিবা কিবি লাগি যায়
চাপি চাপি আহিবি
গুচি গুচি নাজাবি
কাষতে অকমাণ ৰʼ
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
অʼ জান ঐ কথা এটি সুধিলে
কʼবিনে নকʼৱ তই?
সাঁচি সাঁচি বুকুৰে মৰম
তোক দিম বুলি বুকুতে
কিমান দিন থমʼ
মনে মনে…… ভাবনেবা তই
মোক কোনদিনা কেতিয়া
জান বুলি কʼম?!
হাঁহি হাঁহি আছ চাই
কিবা কিবি লাগি যায়
চাপি চাপি আহিবি
গুচি গুচি নাজাবি
কাষতে অকমাণ ৰʼ
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
অʼ জান ঐ কিবা এটা খুজিলে
দিবিনে নিদিয় তই?
মোৰে হʼলে বাৰু পাবি কি ঐ
ধনেৰে নুজুখিবি ঐ
সোণেৰে নুজুখিবি ঐ
দুখতে ভাগিব মন!
জুখিব খুজিলে মৰমী ঐ
মৰমে মোক জুখিবি ঐ
চেনেহে মোক জুখিবি ঐ
নহয় কোনোদিনে কম!
হাঁহি হাঁহি আছ চাই
কিবা কিবি লাগি যায়
চাপি চাপি আহিবি
গুচি গুচি নাজাবি
কাষতে অকমাণ ৰʼ
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
বুকু ভৰি মৰম আছে
মনে মনে লʼ!!
অʼ জান ঐ কিবা এটা খুজিলে
দিবিনে নিদিয় ঐ?
Click here: Assamese Song Konmani Hiya Lyrics – Achurjya Borpatra
Hey, guys hope you like the post, do share the Kobine Kothati Lyrics with your friends. And also let us know which lyrics are you searching for and want to be uploaded. Follow us to get lyrics directly into your mailbox…