
MANUHJONI MAIN LYRICS: Assamese Lyrical song premiered on 9th Jan 2021 sung by Vreegu Kashyap, Music – Pulak Nath, Lyrics – Sunit Gogoi, Additional Lyrics – Sarat Mech & Nirupam Gaonkhuwari, Tune – Sarat & Vreeguu.
ASSAMESE SONG MANUHJONI MAIN
Singer – Vreegu Kashyap
Music – Pulak Nath
Lyrics – Sunit Gogoi
Additional Lyrics – Sarat Mech & Nirupam Gaonkhuwari
Tune – Sarat & Vreeguu
Additional Vocal – Rimal Daimary & Keya Shivam
Mix & Mastering – Diganta Bordoloi
MANUHJONI MAIN LYRICS
নপঢ়িলে নাপাৱ চাকৰি
আইয়ে দিয়ে ঘৰত গালি
হাইস্কুলতেই প্ৰেমত পৰিলো
পিতাইয়ে বুলিলে খালি খালি
কলেজত দিলোগৈ ভৰি
ভাল লাগিল নতুন এজনী
দুদিন পাছতে পলাই গুচি গ’ল
“মাল” কিন্তু আছিলে চেনি
কিনো ক’ম জীৱন কাহিনী
পাই গ’লো আকৌ এজনী
আকৌ এবাৰ মই লাজত পৰিলো
তাই ওলাল Relation t ভনী
ঘৰৰ টকা পানীত পেলাই
হ’লো B.A. ফেইল
খঙত পিতাই বিয়া পতাই
ঘৰত দিলে জেইল
এতিয়া কি হ’ল ক’
মানুহজনীয়েই মেইন – 3
দেহাত চেঙেলীয়া যৌৱন
তোকে আনিবৰে মন
লগৰবোৰে ক’লে
যদি আহে তোলে
উঠাই দিওঁ আজিয়েই ব’ল
গজেনে দি দিলে গাড়ী
প্ৰণবে পাট কাপোৰ যুৰি
পিতাইয়ে মাৰিলে গলহেকাৰি
আহে যদি লৈ আন বুলি
বাকচ খুলি আনি দিলে
আইয়ে সোণৰ চেইন
পিন্ধাই লৈ তোক আঙুঠি
মই খাটি আছো জেইল
এতিয়া কি হ’ল ক’
মানুহজনীয়েই মেইন
Boro Lyrics
Nwngni gwdwi mini naiya
Phagwla khalamw
Nwngni gurwi akhuwa
Gwswkhou bwna lagw
Nagirw ang sna
Nwngni onnaikhou orai
Jadwnwng angni
Oraini jiuni rani
Nwngni akhaiaosw dogo
Angni unni jiua
Nwngjwng nogabla hanainoga
Gwjwnwi thangnan thanw
কেতিয়াবা এনে লাগে মোৰ
বয়সতে বিয়া পাতি ভালেই কৰিলো….
কেতিয়াবা দুখও লাগে মোৰ
পঢ়া কালত কিয় বাৰু পঢ়ি নললো….
ঘৰৰ টকা পানীত পেলাই
হ’লো B.A. ফেইল
খঙত পিতাই বিয়া পতাই
ঘৰত দিলে জেইল
এতিয়া কি হ’ল ক’
মানুহজনীয়েই মেইন – 3
Click here: Assamese Song Long Leng – Nilakshi Neog & Kussum Kailash
Hey, guys hope you like the post, do share the lyrics of the song with your friends. And also let us know which lyrics are you searching for and want to be uploaded. Follow us to get lyrics directly into your mailbox…