
Nayana Lyrics: Assamese Song 2022 Composed and Performed by Sannidhya Bhuyan Prod. By : DebangarajMix and Master : Aarxslan Flute : Lakhiranjan Lyrics : Rajib Bhuyan
Assamese Songs Lyrics of Nayana
Composed and Performed by Sannidhya Bhuyan
Prod. By : Debangaraj
Mix and Master : Aarxslan
Flute : Lakhiranjan
Lyrics : Rajib Bhuyan
Nayana Lyrics Sannidhya Bhuyan
চঞ্চলা চাৱনি ভাষা মই বুজি পাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
তোৰ ছবিটি আঁকি হিয়াখন পাতলাওঁ
তোক কইনাৰ সাজেৰে সাজি হিয়া মন জুৰাওঁ
অ এইবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান
অ আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ এইবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান
অ আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ মোৰে নয়না নৈৰে ঘাটলে যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
অ মোৰে নয়না নৈৰে ঘাটলে যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
কাজলসনা অ…
তোৰে দুচকুত দেখো চেনেহৰে ছাঁ
অ সৰলমনা… অ…
তোৰে মুখনিৰ কিনো দিমে উপমা
অ এইবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান
অ আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ এইবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান
অ আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ মোৰে নয়না নৈৰে ঘাটলে যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
অ মোৰে নয়না নৈৰে ঘাটলে যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
Click here: Lyrics of Assamese Song Adha Xoja – Nayan Nilam
Hey, Guys hope you like the post, do share the Nayana Lyrics with your friends. And also let us know which lyrics are you searching for and want to be uploaded. Follow us to get lyrics directly into your mailbox…